যোৰহাট,14 আগষ্টঃ শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ উদ্যোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰে এক প্লাজমা দান শিবিৰ ৷ উক্ত শিবিৰত কৰ'ণা যুদ্ধত জয়ী হোৱা ৫৩ গৰাকী লোকে স্ব-ইচ্ছাৰে প্লাজমা দান কৰে ৷ এনেদৰে আৰু বহু ক’ভিড যুদ্ধত জয়ী হৈ অহা লোকে স্ব- ইচ্ছাৰে প্লাজমা দান কৰিব বুলি আশা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া সকলে ৷ কাৰণ প্লাজমা দান হৈছে ৰক্ত দানৰ দৰেই এক মহান দান প্লাজমা দানৰ জৰিয়তে আৰু বহু কৰ'ণা ৰোগী সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিব পাৰে ৷
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্লাজমা দান শিবিৰৰ আয়োজন - ভাৰতীয় জনতা পাৰ্টী
ক’ভিড যুদ্ধত জয়ী হৈ অহা লোকে স্ব-ইচ্ছাৰে প্লাজমা দান কৰিব বুলি আশা কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া সকলে ৷ কাৰণ প্লাজমা দান হৈছে ৰক্ত দানৰ দৰেই এক মহান দান ৷
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত প্লাজমা দান শিবিৰৰ আয়োজন
শুকুৰবাৰে আয়োজন কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী যোগেন মহন,সাংসদ কামাখ্যা তাচা,কামাখ্যা দাসকে ধৰি ভালে সংখ্যক ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ববীয়া ৷
লগতে পঢ়কঃটীয়কত আছুৰ নেতৃত্বত বিভিন্ন দল সংগঠনৰ অৱস্থান ধৰ্মঘট
Last Updated : Aug 14, 2020, 4:48 PM IST