28 মাৰ্চ, যোৰহাটঃ কৰ'ণা সংক্ৰমণ ৰোধ কৰাৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশজুৰি লকডাউন ঘোষণা কৰিছিল ৷ অসম চৰকাৰেও সকলো লোকক ঘৰত আৱদ্ধ হৈ থাকিবৰৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো বাৰম্বাৰ লক ডাউন উলংঘা কৰিছে একাংশ কাণ্ডজ্ঞানহীন লোকে ৷
লক ডাউন ভংগ কৰি যোৰহাটত গ্ৰেপ্তাৰ 60 জন - LOCK DOWN
লক ডাউনে চতুৰ্থ দিনত ভৰি দিয়া পাছতো জনতাই লক ডাউন উলংঘাকাৰী তথা ১৪৪ ধাৰা ভংগকাৰীক আটক কৰিবলৈ বাধ্য হৈছে ।
![লক ডাউন ভংগ কৰি যোৰহাটত গ্ৰেপ্তাৰ 60 জন people arrested by police](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6570570-thumbnail-3x2-jorhat.jpg)
লক ডাউন ভংগ কৰি যোৰহাটত গ্ৰেপ্তাৰ 60 জন
লক ডাউন ভংগ কৰি যোৰহাটত গ্ৰেপ্তাৰ 60 জন
লক ডাউনে চতুৰ্থ দিনত ভৰি দিয়া পাছতো জনতাই লক ডাউন উলংঘাকাৰী তথা ১৪৪ ধাৰা ভংগকাৰীক আটক কৰিবলৈ বাধ্য হৈছে । যোৰহাট চহৰত আজি পুৱাৰ ভাগতেই প্ৰায় ৬০ জনৰো অধিক লোকক আটক কৰি থানালৈ নিয়া হৈছে । ইয়াৰে একাংশই পুৱাই শাক পাচলি দোকান খুলি অনাহকত ভিৰ সৃষ্টি কৰাৰ ফলত বিশৃংখল পৰিৱেশত সৃষ্টি হৈছিল চহৰখনত ।