অসম

assam

By

Published : Jan 1, 2021, 3:53 PM IST

ETV Bharat / state

যোৰহাটৰ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতা

ইংৰাজী নৱবৰ্ষৰ উপলক্ষে যোৰহাট জিলাৰ কৰ্মচাৰী পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতা ৷ যোৰহাট জিলাৰ কৰ্মচাৰী পৰিষদৰ উদ্যোগত আয়োজন কৰা হয় এই প্ৰতিযোগিতা ৷ অনুষ্ঠানত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত অপৰঞ্জীতা কৰাতি, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা ৷

jorhat-district-employees-council
যোৰহাটৰ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত চিত্ৰাংকণ ও কুইজ প্ৰতিযোগিতা

যোৰহাট, 1 জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ উপলক্ষে যোৰহাটৰ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত শুকুৰবাৰে চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ যোৰহাট জিলাৰ কৰ্মচাৰী পৰিষদৰ মুখ্য কাৰ্যলয়ত এই প্ৰতিযোগিতা ভাগি অনুষ্ঠিত কৰা হয় ৷

যোৰহাটৰ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত চিত্ৰাংকণ ও কুইজ প্ৰতিযোগিতা

অনুষ্ঠানত যোৰহাটৰ উপায়ুক্ত অপৰঞ্জীতা কৰাতি, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট জিলা ভাৰতীয় জনতা দলৰ শান্তনু পূজাৰী আদি বিশেষ ব্যক্তিসকল উপস্থিত থাকে ৷ উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা কেইবাগৰাকী সফল ব্যক্তিক এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱাৰ লগতে চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীক সকলকো বঁটা আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয় ৷

লগতে পঢ়ক:অসমলৈ গোপন সুৰংগ পথেৰে আহে বাংলাদেশী

ABOUT THE AUTHOR

...view details