অসম

assam

By

Published : Apr 20, 2021, 1:03 PM IST

ETV Bharat / state

তিতাবৰত পুনৰ ক’ৰণাত আক্ৰান্ত এজন

সোমবাৰে তিতাবৰত পুনৰ ক’ভিড-19ত আক্ৰান্ত এজন লোক ৷ বৰ্তমান হোম আইছলেশ্বনত আছে লোকজন ৷

covid-positive-at-titabar
তিতাবৰত পুনৰ ক’ৰণাত আক্ৰান্ত এজন

তিতাবৰ,20 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বৃদ্ধি পাইছে ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা ৷ সোমবাৰে যোৰহাট জিলাৰ তিতাবৰত পুনৰ এজন লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ অৱস্থিতি ৷

তিতাবৰত পুনৰ ক’ৰণাত আক্ৰান্ত এজন

তিতাবৰৰ ন আলিৰ প্ৰফুল্ল শইকীয়া নামৰ এজন 71 বছৰীয়া লোক আক্ৰান্ত হৈছে ক’ভিড মহামাৰীত ৷ সম্প্ৰতি হোম আইছলেশ্বনত ৰখা হৈছে লোকজনক ৷

উল্লেখ্য যে, চলিত সপ্তাহত তিতাবৰত 9 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-19ৰ অৱস্থিতি ৷

লগতে পঢ়ক :মঙলবাৰে ধুবুৰীত স্থানীয় বন্ধ ঘোষণা

ABOUT THE AUTHOR

...view details