অসম

assam

নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন ব্যক্তি

By

Published : Oct 6, 2019, 10:32 AM IST

পূজাৰ আনন্দৰ মাজতে টীয়কত শোকাৱহ ঘটনা ৷ গা ধুবলৈ গৈ সন্ধানহীন হোৱা ব্যক্তিক বিচাৰি টীয়ক আৰক্ষী আৰু এছ ডি আৰ এফে অব্যাহত ৰাখিছে অভিযান ৷

টীয়কৰ নদীত সন্ধানহীন এজন ব্যক্তি


টীয়ক , 6 অক্টোবৰঃ দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে যোৰহাট জিলাৰ টীয়কৰ উত্তৰ দুলীয়াগাঁৱত শনিবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ নদীত গা ধুবলৈ গৈ সন্ধানহীন হ'ল তনু দাস নামৰ এজন ব্যক্তি ৷ ব্যক্তিজনৰ সন্ধানত ইতিমধ্যে টীয়ক আৰক্ষী আৰু এছ ডি আৰ এফ(SDRF) বাহিনীয়ে অভিযান চলাই আছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

টীয়কৰ নদীত সন্ধানহীন এজন ব্যক্তি

ABOUT THE AUTHOR

...view details