অসম

assam

ETV Bharat / state

তিতাবৰ আৰু বৰহোলা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

40 টাকৈ নিচাযুক্ত টেবলেটসহ তিতাবৰ আৰু বৰহোলা আৰক্ষীৰ অভিযানত নগাবাট ঠেঙাল গাঁৱৰ পৰা মাইকেল ধান নামৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয় ৷

By

Published : Mar 15, 2020, 8:10 AM IST

গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী
গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

নগাবাট, 14 মাৰ্চঃ তিতাবৰ আৰু বৰহোলা আৰক্ষীয়ে অভিযান চলাই নগাবাট ঠেঙাল গাঁৱৰ পৰা মাইকেল ধান নামৰ এগৰাকী ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ অভিযুক্ত গৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰে 40 টাকৈ নিচাযুক্ত টেবলেট ৷ ইতিমধ্যে অভিযুক্ত ড্ৰাগছ ব্যৱসায়ীজনক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহুবাৰ জেললৈ গৈছে মাইকেল ধান আৰু তেওঁৰ পত্নী ৷

তিতাবৰ আৰু বৰহোলা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details