অসম

assam

ETV Bharat / state

মাঘৰ পহিলা দিনটোত টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভীৰ - বৰনামঘৰত ভক্তৰ ভীৰ

মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সমবেত হৈছে ভক্ত । হাতে হাতে নৈবদ্য, বন্তি লৈ নেদেখা জনৰ ওচৰত আশিস বিচাৰি শৰণাপন্ন হৈছে ভক্ত সকল ।

মাঘৰ পহিলা দিনটোত টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভীৰ
মাঘৰ পহিলা দিনটোত টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভীৰ

By

Published : Jan 15, 2021, 12:19 PM IST

টীয়ক,15 জানুৱাৰী : আজি পহিলা মাঘ। পহিলা মাঘত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সমবেত হৈছে ভক্ত। হাতে হাতে নৈবদ্য, বন্তি লৈ নেদেখা জনৰ ওচৰত আশিস বিচাৰি শৰণাপন্ন হৈছে ভক্ত সকল ।

মাঘৰ পহিলা দিনটোত টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভীৰ

বিগত 20 বৰ্ষত ক’ভিড ১৯ ৰ ভয়াবহতাৰ বাবে স্তিমিত হৈ পৰা সমাজ জীৱনৰ বিপৰীতে এইবাৰ সেই শংকা কিছু পৰিমাণে হ্ৰাস পোৱাত আজিৰ দিনটোত সেয়ে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ সমাগম ঘটিছে । ইপিনে নামঘৰ পৰিচালনা সমিতিৰ ফালৰ পৰাও ভক্তসকলৰ সকলো ক্ষেত্ৰত সা-সুবিধা প্ৰদানৰ সু-ব্যৱস্থা কৰাৰ লগতে সমূহীয়া মংগলৰ অৰ্থে এখনি শৰাই আৰু অক্ষয় বন্তি প্ৰজলন কৰে ।

লগতে পঢ়কঃ বিশ্বনাথত পুনৰ বনৰীয়া ম’হে প্ৰাণ কাঢ়িলে এজনৰ

ABOUT THE AUTHOR

...view details