যোৰহাট, 23মাৰ্চ:জনতাৰ মাজত নাই সজাগতা। সচেতন নাগৰিকৰ দাবী অতিশ্ৰীঘে লক ডাউন কৰক । যোৰহাটত এতিযাও সজাগ হোৱা নাই জনসাধাৰণ ৷ এতিযাও চহৰ খনৰ মাজমজিয়াত সৰু বৰ দোকান খােলা আছে ৷ লগতে নিযমীয়াকৈ চলি আছে যান বাহন ৷ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও জনতা নিজেই সজাগ নহলে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব ৷
এতিয়াও সজাগ হোৱা নাই জনতা ! - today no awernes at this time jorhat assam
যোৰহাটত ক'ৰণাৰ প্ৰতি জনতাৰ সজাগতা কিমান ৷ কেনেদৰে পালন কৰিলে লক ডাউন যোৰহাটৰ জনতাই ৷

no-awerness-public-at-this-time-assam
Last Updated : Mar 23, 2020, 2:47 PM IST
TAGGED:
এটিয়াও সজাগ হোৱা নাই জনতা !