অসম

assam

By

Published : Feb 12, 2021, 8:22 PM IST

ETV Bharat / state

মৰিয়নীত পুনৰ মুকলি হ'ল নমো ভোজনালয়

নৰেন্দ্ৰ মোদীৰ নীতি-আদর্শৰে যোৰহাট জিলাৰ মৰিয়নীত স্থাপন কৰা নমো ভোজনালয়ৰ পুনৰ আৰম্ভ কৰা হৈছে । দিন হাজিৰা কৰা লোক সকলৰ সুবিধাৰ বাবে স্থাপন কৰা এই নমো ভোজনালয়ত মাত্ৰ ৮ টকাত এসাঁজ খোৱাৰ সুবিধা কৰা হৈছে ৷

namo-hotel-opened-in-marioni
মৰিয়নীত পুনৰ মুকলি হ'ল নমো ভোজনালয়

মৰিয়নী, 12 ফেব্ৰুৱাৰী : যোৰহাট জিলাৰ মৰিয়নীত নৰেন্দ্ৰ মোদীৰ নীতি-আদর্শৰে স্থাপন কৰা নমো ভোজনালয়ৰ পুনৰ আৰম্ভ কৰা হৈছে । মৰিয়নী নগৰৰ মাজমজিয়াত ২০১৮ বৰ্ষতে দুখীয়া লোকৰ সুবিধাৰ্থে মৰিয়নীৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ অলক ঘোষৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এই নমো ভোজনালয়।

মৰিয়নীত পুনৰ মুকলি হ'ল নমো ভোজনালয়

দিন হাজিৰা কৰা লোক সকলৰ সুবিধাৰ বাবে স্থাপন কৰা এই নমো ভোজনালয়ত মাত্ৰ ৮ টকাত এসাঁজ খোৱাৰ ব্যৱস্থা কৰা হৈছিল ৷ কিন্তু ক'ৰণা মহামাৰীৰ বাবে বিগত প্ৰায় এবছৰ কাল এই নমো ভোজনালয়খন বন্ধ হৈ আছিল।

লগতে পঢক:চামগুৰি কংগ্ৰেছৰ বিশল বাইক ৰেলীত শ্ৰীনিবাস ভি কে

ABOUT THE AUTHOR

...view details