অসম

assam

ETV Bharat / state

টীয়কৰ ঈদগাহত সমূহীয়া নামাজ

প্ৰতিকুল বতৰকো নেওচি প্ৰায় পাঁচ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে এই নামাজত অংশ গ্ৰহণ কৰে লগতে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৰে মংগল তথা বিশ্ব শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে ।

টীয়কৰ ঈদগাহত সমূহীয়া নামাজ

By

Published : Jun 5, 2019, 11:00 AM IST

টীয়ক, 5 জুন: সম্পূৰ্ণ এটা মাহ ৰোজা ৰখাৰ অন্তত ধৰ্মীয় ৰীতি নীতিৰে সমগ্ৰ বিশ্বৰ লগতে টীয়কৰ কাকজান ঈদগাহতো পবিত্ৰ ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয় । প্ৰতিকূল বতৰকো নেওচি প্ৰায় পাঁচ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে এই নামাজত অংশ গ্ৰহণ কৰে লগতে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৰে মংগল তথা বিশ্ব শান্তিৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে ।

টীয়কৰ ঈদগাহত সমূহীয়া নামাজ

লগতে পঢ়ক: আজি বিশ্ব পৰিৱেশ দিৱস !!

সমূহীয়া নামাজত ইমামতি কৰে আলিচুবুৰী জামাদৰ সভাপতি মৌলানা হাফিজ আফতাৱউদ্দিন আহমেদে।

For All Latest Updates

ABOUT THE AUTHOR

...view details