অসম

assam

By

Published : Nov 20, 2020, 2:20 PM IST

ETV Bharat / state

অবৈধ ভাৱে পথ নিৰ্মাণ কৰি থাকোতেই বন বিভাগে নগা লোকৰ পৰা জব্দ কৰিলে এখন JCB

নগা আৰক্ষীয়ে অবৈধ ভাৱে নিৰ্মাণ কৰা আৰক্ষীৰ শিবিৰ উচ্চেদ কৰাৰ দাবীত মৰিয়নীৰ বিভিন্ন দলসংগঠন তথা স্থানীয় ৰাইজে অসম নগালেণ্ড সংযোগী মৰিয়নী মোককচোং আন্তঃৰাজ্যিক পথ অনিদিষ্ট কাললৈ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷ তাৰ মাজতে পুনৰ নগা বেদখলকাৰীয়ে মৰিয়নীৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলত শনিবাৰে অব্যাহত ৰাখিছে আগ্ৰাসন ৷

nagaland-jcb-siszed-by-froester-at-jorhat
নগাই অবধ্য ভাৱে পথ নিৰ্মাণ কৰি থকাৰ অৱস্থাত বন বিভাগে অভিযান চলায় জব্দ কৰে এখন JCB

যোৰহাট,20 নৱেম্বৰঃ শনিবাৰে অসমৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলত নগাই অবধ্য ভাৱে পথ নিৰ্মাণ কৰি থকাৰ অৱস্থাত বন বিভাগে অভিযান চলায় জব্দ কৰে এখন JCB ৷ নগা আৰক্ষীয়ে অবৈধ ভাৱে নিৰ্মাণ কৰা আৰক্ষীৰ শিবিৰ উচ্চেদ কৰাৰ দাবীত মৰিয়নীৰ বিভিন্ন দলসংগঠন তথা স্থানীয় ৰাইজে অসম নগালেণ্ড সংযোগী মৰিয়নী মোককচোং আন্তঃৰাজ্যিক পথ অনিদিষ্ট কাললৈ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছে ৷ তাৰমাজতে পুনৰ নগা বেদখলকাৰীয়ে মৰিয়নীৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলত শনিবাৰে অব্যাহত ৰাখিছে আগ্ৰাসন ৷

নগাই অবধ্য ভাৱে পথ নিৰ্মাণ কৰি থকাৰ অৱস্থাত বন বিভাগে অভিযান চলায় জব্দ কৰে এখন JCB

উল্লেখযোগ্য যে, সংৰক্ষিত বনাঞ্চলৰ মাজেদি নগালেণ্ডৰ “আকাহাতো” গাঁৱলৈ যাতায়ত কৰিবলৈ অসমৰ বনাঞ্চলৰ মাজেদি JCB ৰে পথ নিৰ্মাণ কৰা অৱস্থাত নিউ সোণোৱাল খণ্ড বন বিষয়াই JCB খনৰ লগতে চালক আৰু হেণ্ডিমেনক জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে বন বিভাগে নগা বস্তিলৈ যোৱা পথটোও নলা খাণ্ডি বন্ধ কৰি দিয়ে ৷

লগতে পঢ়কঃ মাতৃৰ অন্তিম সৎকাৰৰ প্ৰাকক্ষণত মৃত্যুক সাৱতিলে পুত্ৰই

ABOUT THE AUTHOR

...view details