যোৰহাট, 1 জুনঃ হত্যাকাৰীৰ কোনো ধৰ্ম,সম্প্ৰদায় নাই ! অসমত বাৰম্বাৰ সংঘটিত হোৱা গণহত্যাক তীব্ৰ ভাষাৰে গৰিহণা দি এই কথা উল্লেখ কৰে, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ ৰাজ্য কঁপাই যোৱা দেৱশীষ গগৈৰ হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে সাংসদগৰাকীয়ে ৷ ইতিমধ্যে দেৱাশীষ গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত 8 গৰাকী অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ৷
দেৱাশীষ গগৈ হত্যাকাণ্ডঃ প্ৰতিক্ৰিয়া সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ - সাংসদ কামাখ্যা প্ৰসাদ তাছা
ৰাজ্য কঁপাই যোৱা দেৱশীষ গগৈৰ হত্যাকাণ্ডৰ লগত জড়িত লোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷
mp kamakhya prashad tasa reacted on debashish gogoi murder case