অসম

assam

ETV Bharat / state

তিতাবৰ মহিলা বাৰীত বোকা বিহু উদযাপন - বোকা বিহু

অঞ্চলটোৰ সকলো ৰাইজ ওলাই আহি ইজনে আনজনলৈ গালৈ বোকা ছটিয়াই আৰু নিজ গাত বোকাসানি আনন্দ-স্ফূৰ্তি কৰে৷ লোক বিশ্বাস মতে আজি বিহু দিনা গাঁত বোকা ললে ছালৰ ৰোগ নহয় ৷

তিতাবৰ মহিলা বাৰীত বোকা বিহু উদযাপন

By

Published : Apr 15, 2019, 3:20 PM IST

Updated : Apr 15, 2019, 4:42 PM IST

যোৰহাট, 15 এপ্ৰিলঃ যোৰহাট জিলাৰ তিতাবৰ মহিলা বাৰীত দেখিবলৈ পোৱা গ'ল ব্যতিক্ৰমী ধৰণৰ বিহুৰ আনন্দ৷ পহিলা ব'হাগৰ দিনা অৰ্থাৎ সোমবাৰে অঞ্চলটোৰ সকলো ৰাইজ ওলাই আহি ইজনে আনজনলৈ গালৈ বোকা ছটিয়াই আৰু নিজ গাত বোকাসানি লৈ আনন্দ-স্ফূৰ্তি কৰে৷ পৰম্পৰাগতভাবে তেওঁলোকে উদযাপন কৰি আহিছে বোকা বিহু৷ লোক বিশ্বাস মতে আজি বিহু দিনা গাঁত বোকা ললে ছালৰ ৰোগ নহয়৷ ইয়াৰ উপৰিও বিহু শেষ হোৱাৰ পিছত কৃষি কৰ্মৰ লগত জৰিত হৈ পৰিব লোকসকল৷ সেয়ে বিহুৰ আনন্দৰ মাজতেই বোকাৰ সৈতে সম্পৰ্ক গঢ়িবলৈ বোকাবিহু উদযাপন কৰে অঞ্চলটোৰ ৰাইজে ৷

তিতাবৰ মহিলা বাৰীত বোকা বিহু উদযাপন
Last Updated : Apr 15, 2019, 4:42 PM IST

ABOUT THE AUTHOR

...view details