অসম

assam

ETV Bharat / state

কটকটীয়া নিৰীক্ষণৰ মাজত আৰম্ভ মেট্ৰিক পৰীক্ষা

আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ যোৰহাটতো কটকটীয়া নিৰীক্ষণৰ মাজতে অনুষ্ঠিত হৈছে পৰীক্ষা ৷ সমগ্র যোৰহাট জিলাৰ ২৭ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।

By

Published : Feb 10, 2020, 10:03 AM IST

Updated : Feb 12, 2020, 10:04 AM IST

Metric exam starts from today
কটকটীয়া নিৰীক্ষণৰ মাজত আৰম্ভ মেট্ৰিক পৰীক্ষা

যোৰহাট, 10 ফেব্ৰুৱাৰীঃ আজিৰে পৰা আৰম্ভ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ কটকটীয়া নিৰীক্ষণৰ মাজত ৰাজ্যৰ প্ৰতিখন জিলাত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা। যোৰহাটতো কটকটীয়া নিৰীক্ষণৰ মাজতে অনুষ্ঠিত হৈছে পৰীক্ষা ৷ সমগ্র যোৰহাট জিলাৰ ২৭ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। এই বৰ্ষত যোৰহাটত সৰ্বমুঠ 13,540 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷ ইয়াৰে ১৩ গৰাকী পৰীক্ষাৰ্থী হাইমাদ্ৰাছাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১৩৫২৭ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে।

কটকটীয়া নিৰীক্ষণৰ মাজত আৰম্ভ মেট্ৰিক পৰীক্ষা
Last Updated : Feb 12, 2020, 10:04 AM IST

ABOUT THE AUTHOR

...view details