অসম

assam

ETV Bharat / state

মৰিয়নীত পিঞ্জৰাবদ্ধ নাহৰফুটুকী - মৰিয়নীৰ চেলেং চাহ বাগিচাত প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ

মৰিয়নীৰ চেলেং চাহ বাগিচাত প্ৰকাণ্ড নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ ৷ মৰিয়নী বনবিভাগৰ ফালৰ পৰা স্থাপন কৰা পিঞ্জৰাত বন্দী হয় নাহৰফুটুকীটো ।

মৰিয়নীত পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকী

By

Published : Nov 7, 2019, 1:37 PM IST

মৰিয়নী, 7 নৱেম্বৰঃ বৃহস্পতিবাৰে পুৱা মৰিয়নীৰ চেলেং চাহ বাগিছাত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় । উল্লেখ্য যে পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটোৱে কিছুদিনৰ পৰা অঞ্চলটোৰ বহুতো পশুধন হত্যা কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । অৱশেষত মৰিয়নী বনবিভাগৰ ফালৰ পৰা স্থাপন কৰা পিঞ্জৰাত বন্দী হয় নাহৰফুটুকীটো ।

মৰিয়নীত নাহৰফুটুকী পিঞ্জৰাবদ্ধ
পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটো

ABOUT THE AUTHOR

...view details