অসম

assam

ETV Bharat / state

বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত তিতাবৰবাসী - ছৈকটা

শুকুৰবাৰে দুটা বনৰীয়া হাতী খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্যৰ পৰা ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰে । ছৈকটাবাসী ৰাইজৰ মূল্যবান গছ-গছনি, শাক-পাচলি নষ্ট কৰাৰ লগতে শাক-পাচলি খাই তহলিং কৰে বনৰীয়া হাতীয়ে ৷

বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত তিতাবৰবাসী

By

Published : Jun 16, 2019, 9:14 AM IST

তিতাবৰ, 16 জুনঃ তিতাবৰ মহকুমাৰ অন্তৰ্গত ছৈকটাত বন্যহস্তীৰ সন্ত্ৰাস ৷ শুকুৰবাৰে দুটা বনৰীয়া হাতী খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্যৰ পৰা ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰে । ছৈকটাবাসী ৰাইজৰ গছ-গছনি, শাক-পাচলি নষ্ট কৰাৰ লগতে শাক-পাচলি খাই তহলিং কৰে হাতীয়ে । ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ পিচতো বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে হাতী মানুহৰ সংঘাত হোৱাটো প্ৰায় নিশ্চিত বুলি কয় ভুক্তভোগী ৰাইজে ।

বন্যহস্তীৰ সন্ত্ৰাসত আতংকিত তিতাবৰবাসী

ABOUT THE AUTHOR

...view details