অসম

assam

ETV Bharat / state

মৰিয়নীত তপন গগৈৰ নিৰ্বাচনী সভা

সোমবাৰে পুৱাৰে পৰা নিশা পৰ্যন্ত প্ৰায় 12 খনকৈ নিৰ্বাচনী সভাত অংশ লয় বিজেপিৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ লগতে মৰিয়নীৰ প্ৰাক্তন বিধায়ক লোক কুমাৰ ঘোষে

By

Published : Apr 2, 2019, 2:49 AM IST

মৰিয়নীত নিৰ্বাচনী সভা তপন গগৈৰ

যোৰহাট, 1 এপ্ৰিলঃ মৰিয়নীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ ৷ একেদিনাই 12 খনতকৈ অধিক নিৰ্বাচনী সভাত অংশ তপন গগৈৰ ৷ নিৰ্বাচনী ভাষণত চৰকাৰী আঁচনিৰ বিস্তৃত বিৱৰণীৰে ভোটভিক্ষা কৰিলে তপন গগৈয়ে । সোমবাৰে পুৱাৰে পৰা নিশা পৰ্যন্ত প্ৰায় 12 খনকৈ নিৰ্বাচনী সভাত অংশ লয় বিজেপিৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ লগতে মৰিয়নীৰ প্ৰাক্তন বিধায়ক লোক কুমাৰ ঘোষে ৷ আনহাতে নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি নেতৃত্বাধীন চৰকাৰে আগবঢ়োৱা চৰকাৰী আঁচনি সমূহ বিশেকৈ চাহ বাগিচাৰ শ্ৰমিকৰ লাইনৰ পথ নিৰ্মাণৰ বাবে 1 কোটি, মহিলা সৱলীকৰণ, ধন জন আঁচনিৰ দ্বাৰা যুৱক যুৱতী সকলক সকাহ , স্বয়ম আঁচনি , বৃদ্ধ পেঞ্চন আদি আঁচনি সমূহৰ গুণ বখানে প্ৰাৰ্থী গৰাকীয়ে ৷

তপন গগৈৰ নিৰ্বাচনী সভা

ABOUT THE AUTHOR

...view details