তিতাবৰ, 9 জুন: তিতাবৰৰ কাচজান চাহ বাগিচাত মঙলবাৰে পুৱাই পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী ৷ দীৰ্ঘ দিনে এই নাহৰফুটুকীটোৱে গৰু, ছাগলী নিধন কৰি সন্ত্ৰাস চলাইছিল কাচজান বাগিচাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ৷ উপায়ন্তৰ হৈ বাগিচা কতৃপক্ষই নিজাববীয়াকৈ পতা পিঞ্জৰাত মঙলবাৰে পুৱাই পিঞ্জৰাবদ্ধ হ'ল নাহৰফুটুকীটো ৷
কাচজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী - চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
দীৰ্ঘ দিনে এই নাহৰফুটুকীটোৱে গৰু, ছাগলী নিধন কৰি সন্ত্ৰাস চলাইছিল কাচজান বাগিচাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ৷

তিতাবৰ কাচজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
তিতাবৰ কাচজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
উল্লেখ্য যে, কেইদিন মান পূৰ্বে বাগিচা খনৰ এগৰাকী মহিলাকো আক্ৰমণ কৰিছিল নাহৰফুটুকীটোৱে ৷ এই আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল মহিলা গৰাকী ৷ পিঞ্জৰাবদ্ধ হোৱা নাহৰফুটুকীটোক চাবলৈ বাগিচাখনত দেখা গল ৰাইজৰ ভিৰ ৷ নাই কোনো সামাজিক ব্যৱধান ৷
লগতে পঢ়কঃ ভাৰতৰ সীমাত অনাধিকাৰ প্ৰৱেশ কৰাতো ল'ৰা ধেমালি নহয় : অমিত শ্বাহ
Last Updated : Jun 9, 2020, 1:33 PM IST