অসম

assam

By

Published : Mar 10, 2019, 7:37 PM IST

Updated : Mar 10, 2019, 9:20 PM IST

ETV Bharat / state

এইবাৰ পুখুৰীৰ মাজত লালীগুড়

নাৱৰ ওপৰত মেটেকাৰে ঢাকি ৰখা হৈছিল লালীগুড়

পুখুৰীৰ মাজত লালীগুড়

টীয়ক, ১০ মাৰ্চঃ টীয়কৰ কাৱৈমাৰীত দেওবাৰে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ লালীগুড় ৷ পথাৰৰ মাজত থকা এটা পুখুৰীত নাৱত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় বুজন পৰিমাণৰ লালীগুড় । টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰীত সংঘটিত এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ।

পুখুৰীৰ মাজত লালীগুড়

নাৱৰ ওপৰত মেটেকাৰে ঢাকি ৰখা হৈছিল লালীগুড় । এক গোপন সূত্ৰই দিয়া তথ্যৰ ভিত্তিত আৰক্ষী আৰু সাংবাদিকৰ দল উপস্থিত হৈ কেমেৰাত বন্দী কৰে সমগ্ৰ দৃশ্য । টীয়ক আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

Last Updated : Mar 10, 2019, 9:20 PM IST

ABOUT THE AUTHOR

...view details