অসম

assam

By

Published : Jan 4, 2020, 8:21 PM IST

ETV Bharat / state

যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ

সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা আৰু সাধাৰণ সম্পাদকৰ বিৰুদ্ধে কৰা তীৰ্যক মন্তব্যৰ বাবে যোৰহাটত সাব্যস্ত তীব্ৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে দাহ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি ৷

kamkhya prasad tasa effigy burn
যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ

যোৰহাট,4 জানুৱাৰীঃসদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈৰ বিৰুদ্ধে কৰা তীৰ্যক মন্তব্যৰ বাবে যোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ ৷

যোৰহাটত প্ৰতিবাদ
সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শনিবাৰে কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনাগত দিনত সদৌ অসম ছাত্র সন্থাৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰাৰ পৰা বিৰত থাকক অন্যথা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু হওক বুলি হুংকাৰ প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details