অসম

assam

ETV Bharat / state

যোৰহাটত ব্যতিক্ৰমী পাঠশালা,শিক্ষকৰ ৰূপত আৰক্ষী

যোৰহাটত লক ডাউন উলংঘাকাৰীক অভিনৱ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিছে যান-বাহন আৰক্ষীয়ে ৷ 21 এপ্ৰিলৰ পৰা ৰাজ্যত লক ডাউন কিছু শিথিল কৰি দিয়াৰ পিছতেই বুধবাৰেও হেলমেট তথা মাস্ক পৰিধান নকৰাকৈয়ে ৰাজপথলৈ ওলাই আহিছিল বহু লোক ৷

Jorhat traffic police punishes lock down breakers
যোৰহাটত ব্যতিক্ৰমী পাঠশালা, শিক্ষকৰ ৰূপত আৰক্ষী

By

Published : Apr 22, 2020, 1:57 PM IST

Updated : Apr 22, 2020, 9:17 PM IST

যোৰহাট,22 এপ্ৰিলঃ যোৰহাটত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী পাঠশালা ৷ পাঠশালাখনত শিক্ষকৰ ৰূপত আৰক্ষী আৰু ছাত্ৰ ৰূপত জনতা ৷ উল্লেখ্য যে, যোৰহাটত লক ডাউন উলংঘাকাৰীক অভিনৱ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিছে যান-বাহন আৰক্ষীয়ে ৷ 21 এপ্ৰিলৰ পৰা ৰাজ্যত লক ডাউন কিছু শিথিল কৰি দিয়াৰ পিছতেই বুধবাৰেও হেলমেট তথা মাস্ক পৰিধান নকৰাকৈয়ে ৰাজপথলৈ ওলাই আহিছিল বহু লোক ৷ এই লোকসকলক এক বিশেষ পাঠশালাৰ জৰিয়তে লক ডাউন সন্দৰ্ভত শিক্ষা প্ৰদান কৰে যোৰহাট জিলাৰ যান-বাহন আৰক্ষীয়ে ৷

যোৰহাটত ব্যতিক্ৰমী পাঠশালা
Last Updated : Apr 22, 2020, 9:17 PM IST

ABOUT THE AUTHOR

...view details