যোৰহাট, 4 জুলাইঃ সম্প্ৰতি কৰুণা সংক্ৰমণ যোৰহাট জিলা খনত অধিক অৱনতি দিশলৈ গতি কৰিছে। ইতিমধ্যে ১৭ জনকৈ লোকৰ দেহত ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ সংক্ৰমণ সংগঠিত হৈছে।
যোৰহাটত সম্পূৰ্ণ লক ডাউন - আৰক্ষী অধীক্ষক
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰীৰ দেহত ধৰা পৰা শেষত যোৰহাটত এতিয়া কৰুণা সংক্ৰমণ ভয়াৱহ ভাৱে বৃদ্ধি পাইছে। আনকি আৰক্ষী অধীক্ষক গৰাকীৰ লগতে সকলো অধীক্ষক কাৰ্যালয়ৰ কৰ্মচাৰী ইতিমধ্যে হম কোৱাৰেন্টাইন কৰা হৈছে।
আনহাতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ দুজনকৈ কৰ্মচাৰীৰ দেহত ধৰা পৰা শেষত যোৰহাটত এতিয়া কৰুণা সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধি পাইছে। আনকি আৰক্ষী অধীক্ষক গৰাকীৰ লগতে সকলো অধীক্ষক কাৰ্যালয়ৰ কৰ্মচাৰী ইতিমধ্যে হম কোৱাৰেন্টাইন কৰা হৈছে। যোৰহাট জিলা প্ৰশাসনে ৰাজ্য চৰকাৰে ঘোষণা কৰা মতে সপ্তাহটোৰ দুটা দিন অৰ্থাৎ শনি আৰু দেওবাৰে সম্পূৰ্ণ ৰূপত বন্ধ হৈ পৰিল যোৰহাট। অত্যাৱশ্যকীয় ঔষধৰ দোকান,পেট্ৰল পাম্প,বাহিৰে সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে।
লগতে চাওকঃ দোকানী নোহোৱা দোকান