যোৰহাট, 25 ডিচেম্বৰ :যোৰহাটত মিঠাতেলৰ বটল চুৰি কৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক ৷ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ সামগ্ৰী কঢ়িয়াই নি থকা ঠেলাৰ পৰা মিঠাতেলৰ বটল চোৰ কৰিছিল মৃণাল হাজৰিকা নামৰ এজন যুৱকে ৷
যোৰহাটত মিঠাতেলৰ বটল চুৰি কৰি আৰক্ষীৰ জালত যুৱক - thief_arrested
মিঠাতেলৰ বটল চুৰি কৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটত ৷
![যোৰহাটত মিঠাতেলৰ বটল চুৰি কৰি আৰক্ষীৰ জালত যুৱক jorhat-thief-arrested](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10003956-thumbnail-3x2-jorhat.jpg)
যোৰহাটত মিঠাতেলৰ বটল চুৰি কৰি আৰক্ষীৰ জালত যুৱক
পৰৱৰ্তী সময়ত ঠেলা চালকে যুৱকজনক খেদি যোৱাত যুৱকজন গৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰে ৷ যাৰ পাছতে আৰক্ষীয়ে আটক কৰে যুৱকজনক ৷ আটকাধীন মৃণালৰ ঘৰ যোৰহাটৰ শুৱনি গাঁৱত বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: বিজেপিলৈ যাবনে অজন্তা : আজিৰ ভিতৰত উত্তৰ লাগে প্ৰদেশ কংগ্ৰেছক