যোৰহাট, 21 ডিচেম্বৰ :যোৰহাট জিলাৰ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত সোমবাৰে "মোৰ কৰ্মসংস্থাপ কলৈ গ'ল ?" শীৰ্ষক ছাত্ৰ-যুৱ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ যোৰহাট জিলাৰ বিষ্টুৰাম বৰুৱা হল চাৰিআলিত ৰূপায়ন কৰা হয় এই বিক্ষোভ কাৰ্যসূচীৰ ৷ খালী পদ পূৰণ, দুৰ্নীতি মুক্ত নিযুক্তি, 6000 টকা নিবনুৱা ভাট্টা প্ৰদান কৰা, অসমীয়া যুৱক যুৱতীকক নিযুক্তি দিয়া, উদ্যোগ সমূহ পুনৰুজ্জীৱিত কৰা, স্বয়ং আঁচনি ৰূপায়ন কৰা আদি দাবীত বিক্ষোভ কাৰ্যসূচী হাতত লয় সংগঠনটোৱে ৷
চৰকাৰক কৰ্মসংস্থাপন বিচাৰি যোৰহাটত প্ৰতিবাদ - SFI_protest
খালী পদ পূৰণ, দুৰ্নীতি মুক্ত নিযুক্তি, 6000 টকা নিবনুৱা ভাট্টা প্ৰদান কৰা, অসমীয়া যুৱক যুৱতীকক নিযুক্তি দিয়া, উদ্যোগ সমূহ পুনৰুজ্জীৱিত কৰা, স্বয়ং আঁচনি ৰূপায়ন কৰা আদি দাবীত বিক্ষোভ কাৰ্যসূচী হাতত লয় যোৰহাট জিলাৰ ছাত্ৰ ফেডাৰেচনে ৷
যোৰহাটত "মোৰ কৰ্মসংস্থাপ কলৈ গ'ল?" শীৰ্ষক বিক্ষোভ কাৰ্যসূচী