অসম

assam

লক ডাউনৰ সময়তে যোৰহাটত বৃহৎ পৰিমাণৰ সুৰা জব্দ

By

Published : Apr 22, 2020, 8:48 PM IST

যোৰহাট জিলাৰ ৰৰৈয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাংশু গোহাঁই,দণ্ডাধীশ অনুপ শাহু নেতৃত্বত আৰু স্থানীয় ৰাইজৰ সহযোগত বহু পৰিমাণৰ সুৰা জব্দ ৷

jorhat samuguri wine
লক ডাউনৰ সময়তে যোৰহাটত বৃহৎ পৰিমাণৰ সুৰা জব্দ

যোৰহাট, 22 এপ্ৰিলঃ যোৰহাট জিলাৰ ৰৰৈয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাংশু গোহাঁই,দণ্ডাধীশ অনুপ শাহু নেতৃত্বত আৰু স্থানীয় ৰাইজৰ সহযোগত ৷

লক ডাউনৰ সময়তে যোৰহাটত বৃহৎ পৰিমাণৰ সুৰা জব্দ

চামগুৰি চাহ বাগানৰ পৰা উদ্ধাৰ কৰে বিলাতী সুৰাৰ লগতে বহু পৰিমাণৰ দেশীয় সুৰা আৰু গোটখা জব্দ কৰে । এই ঘটনাই প্ৰমাণ কৰে যে যোৰহাটৰ বিভিন্ন অঞ্চলত এতিয়াও সুৰা অলিয়ে গলিয়ে উপলব্ধ ।

লগতে পঢকঃ ৰঙিয়াৰ চৰকাৰী কাৰ্যালয়ৰ কাম কাজ আৰাম্ভ

ABOUT THE AUTHOR

...view details