যোৰহাট,24নৱেম্বৰঃ ৰাজ্যখনৰ আটাইতকৈ জনপ্ৰিয় তথা আদৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে । ব্যতিক্ৰম নহয় তৰুণ গগৈৰ গৃহ জিলা যোৰহাটো । যোৱা দুটা দিন ধৰি এতিয়া যোৰহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো তৰুণ গগৈলৈ দল সংগঠনৰ শ্ৰদ্ধাঞ্জলি - গৃহ জিলা যোৰহাটো
যোৰহাট চহৰৰৰ সো-মাজত গড় আলিত স্থানীয় ব্যৱসায়ী, বিভিন্ন দল-সংগঠন, ৰাজনৈতিক দলৰ কৰ্মী, শিল্পী আদি সকলোৱে প্ৰিয় নেতাজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।
![ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো তৰুণ গগৈলৈ দল সংগঠনৰ শ্ৰদ্ধাঞ্জলি jorhat pubulic tribute ex cm tarun gogoi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9650426-965-9650426-1606221960774.jpg)
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো তৰুণ গগৈ লৈ বিভিন্ন দল সংগঠনৰ শ্ৰদ্ধাঞ্জলি
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো তৰুণ গগৈ লৈ বিভিন্ন দল সংগঠনৰ শ্ৰদ্ধাঞ্জলি
যোৰহাট চহৰৰৰ সো-মাজত গড় আলিত স্থানীয় ব্যৱসায়ী, বিভিন্ন দল-সংগঠন, ৰাজনৈতিক দলৰ কৰ্মী, শিল্পী আদি সকলোৱে প্ৰিয় নেতাজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়। আনহাতে সদৌ অসম ছাত্র সন্থাৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সহ-সম্পাদকৰ লগতে আছুৰ এটা সজাতি দল উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।
লগতে পঢ়কঃ ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ