অসম

assam

যোৰহাটত ব্যাপক প্ৰতিবাদ ৰাইজৰ

By

Published : Dec 15, 2019, 11:28 AM IST

Updated : Dec 15, 2019, 12:11 PM IST

JORHAT PROTEST BREAKING
অষ্টম দিনাও যোৰহাটত ব্যাপক প্ৰতিবাদ অব্যাহত

11:17 December 15

ঐক্যবদ্ধভাৱে যুঁজত নামিল যোৰহাটৰ নাগৰিকসকল

যোৰহাটত ব্যাপক প্ৰতিবাদ ৰাইজৰ
  • অষ্টম দিনাও যোৰহাটত ব্যাপক প্ৰতিবাদ অব্যাহত
  • জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত শ শ লোকৰ স্বত্ব:ৰ্ফুত অংশগ্ৰহণ
  • ঐক্যবদ্ধভাৱে যুঁজত নামিল যোৰহাটৰ নাগৰিকসকল
  • চহৰখনৰ মাজৰে উলিওৱা হৈছে বৃহৎ প্ৰতিবাদী সমদল
  • ইফালে ৪৮ ঘন্টালৈ বৃদ্ধি কৰা হ'ল ইন্টাৰনেট সেৱা ব্যাহত হৈ থকাৰ সময়সীমা
  • ইয়াৰ উপৰিও পেট্ৰল পাম্প আৰু এ টি এমত লানি গ্ৰাহকৰ দীঘলীয়া শাৰী
  • সাম্প্রতিক যোৰহাটৰ পৰিৱেশ শান্ত যদিও প্ৰতিবাদী জনতাৰ প্ৰতিবাদ অব্যাহত
  • আনহাতে মৰিয়নিৰ পৰা যোৱা দুখন দূৰণিবটীয়া ৰেল চলাচল কৰিছে আজিৰ পৰা
  • অবাধ আসাম আৰু ব্ৰহ্মপুত্ৰ মেইলে যাত্ৰা আৰম্ভ কৰিছে গন্তব্য স্থানলৈ
  • বিপৰীতে এতিয়াও যোৰহাট ৰেল ষ্টেচন পৰা সকলো ৰেলৰ চলাচল বন্ধ আছে


 

Last Updated : Dec 15, 2019, 12:11 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details