অসম

assam

By

Published : Jun 27, 2020, 9:21 AM IST

Updated : Jun 27, 2020, 9:35 AM IST

ETV Bharat / state

পুনৰ লক ডাউনঃ যোৰহাটত নিস্তব্ধ ৰাজপথ

চৰকাৰে ঘোষণা কৰা দুদিনীয়া লক ডাউনৰ পিচতে সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে যোৰহাট চহৰত ৷ ৰাজপথত যান বাহনৰ চলাচল প্ৰায় বন্ধ থকাৰ লগতে প্ৰায়বোৰ দোকান পোহাৰ বন্ধ আছে শনিবাৰৰ দিনটোত ৷

পুনৰ লক ডাউনঃ যোৰহাটত নিস্তব্ধ ৰাজপথ
পুনৰ লক ডাউনঃ যোৰহাটত নিস্তব্ধ ৰাজপথ

যোৰহাট,27 জুনঃ ৰাজ্য চৰকাৰে ঘোষণা কৰা দুদিনীয়া লক ডাউনৰ প্ৰভাৱত সৰ্বাত্মক দেখা পোৱা পৰিলক্ষিত হৈছে । ৰাজ্য খনত ইতিমধ্যে গণ সংক্ৰমণৰ দিশলৈ গতি কৰাৰ বাবেই ৰাজ্য চৰকাৰে গুৱাহাটীত চৈধ্য দিনীয়া লক ডাউন ঘোষণা কৰা লগতে ৰাজ্য খনৰ আন আন জিলা সমুহতো সপ্তাহৰ শনি আৰু দেওবাৰৰ দুটা দিন লক ডাউন ঘোষণা কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত যোৰহাট চহৰটো লক ডাউনৰ প্ৰভাৱ পৰা দেখা পোৱা গৈছে।

পুনৰ লক ডাউনঃ যোৰহাটত নিস্তব্ধ ৰাজপথ
চহৰখনত পুৱাৰ পৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ তহল আৰম্ভ হোৱাৰ লগতে চহৰখনত যাতে কোনো লোক অনাহকত ওলাই আহিব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে প্ৰশাসনে ৷ এই সম্পৰ্কত চাওক আমাৰ সাংবাদিক দিপক মুক্তিয়াৰৰ এক প্ৰতিবেদন...
সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে যোৰহাট চহৰত
Last Updated : Jun 27, 2020, 9:35 AM IST

ABOUT THE AUTHOR

...view details