যোৰহাট, 26 মাৰ্চঃদেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা তলাবন্ধৰ আজি দ্বিতীয় দিন ৷ সমগ্র দেশতে এতিয়া কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো যোৰহাটৰ জনতাই এতিয়াও বুজি উঠা নাই মাৰাত্মক কৰ’ণা ভাইৰাছৰ ভয়াৱহতা ৷ তলাবন্ধৰ দিন কেইটাত পুৱা ৮ বজাৰ পৰা ১১ বজালৈ পাইকাৰী দোকান খোলাৰ অনুমতি প্ৰদান কৰিছিল জিলা প্ৰশাসনে ৷ কিন্তু ইয়াৰ বিপৰীতে যোৰহাটৰ বজাৰত দেখা যায় জনসমাগম ৷
যোৰহাটত তলাবন্ধ কাৰ্যসূচী নেওচি ওলাই আহিল ৰাইজ - Jorhat administration news
তলাবন্ধৰ দিন কেইটাত পুৱা ৮ বজাৰ পৰা ১১ বজালৈ পাইকাৰী দোকান খোলাৰ অনুমতি প্ৰদান কৰিছিল যোৰহাট জিলা প্ৰশাসনে ৷ কিন্তু ইয়াৰ বিপৰীতে যোৰহাটৰ বজাৰত দেখা যায় জনসমাগম ৷
![যোৰহাটত তলাবন্ধ কাৰ্যসূচী নেওচি ওলাই আহিল ৰাইজ Jorhat lockdown second day](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6546102-thumbnail-3x2-j.jpg)
দেশজুৰি তলাবন্ধৰ দ্বিতীয় দিনঃযোৰহাটৰ বজাৰত জনসমাগম
যোৰহাটত তলাবন্ধ কাৰ্যসূচী নেওচি ওলাই আহিল ৰাইজ
Last Updated : Mar 26, 2020, 11:21 AM IST