অসম

assam

ETV Bharat / state

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ৰঙৰ উৎসৱ পালন যোৰহাটবাসীৰ - ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ৰঙৰ উৎসৱ পালন যোৰহাটবাসীৰ

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ফাকুৱা উৎসৱ পালন কৰিলে যোৰহাটবাসীয়ে ৷ কৰ'ণা ভাইৰাছৰ শংকাই পূৰ্বৰ আনন্দ কিছু পৰিমাণে ম্লান পৰিলেও যোৰহাটবাসীয়ে পালন কৰিলে ৰঙৰ উৎসৱটি ৷

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা
ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা

By

Published : Mar 10, 2020, 11:14 AM IST

যোৰহাট, 10 মাৰ্চঃকৰ'ণা ভাইৰাছৰ শংকাৰ মাজতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ফাকুৱা উৎসৱ পালন কৰিলে যোৰহাটবাসীয়ে ৷ ফাকুৱাৰ পূৰ্বৰ আনন্দ কিছু পৰিমাণে ম্লান পৰিলেও যোৰহাটবাসীয়ে পালন কৰিলে ৰঙৰ উৎসৱটি ৷ ইয়াৰোপৰি ৰঙৰ উৎসৱ উপলক্ষে যোৰহাটৰ বিভিন্ন গাঁৱত দেখা গ'ল পৰম্পৰাত ঘুনুছা ঘুৰুৱা পৰম্পৰা ৷ গড়মূৰ টোকালাই সত্ৰৰ ৰাইজে নামঘৰৰ পৰা পৱিত্ৰ ভাগৱত নাঁৱত গোঁসাইক প্ৰতিষ্ঠা কৰি ধৰ্মীয় সমদলেৰে পালন কৰে উৎসৱটি ৷

ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ৰঙৰ উৎসৱ পালন যোৰহাটবাসীৰ

ABOUT THE AUTHOR

...view details