ধাৰাষাৰ বৰষুণত স্তব্ধ যোৰহাটৰ জনজীৱন - নেৰা-নেপেৰা বৰষুণ
বিগত দুদিন ধৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটটো নেৰা-নেপেৰা বৰষুণ ৷ যোৰহাটত পুৱাৰ পৰা অহা নেৰা-নেপেৰা বৰষুণৰ ফলত ব্যাহত হৈ পৰিল দৈনন্দিন জীৱন যাত্ৰা ৷

যোৰহাটত বৰষুণে ব্যাঘাট জন্মালে স্বাভাৱিক জন-জীৱন
যোৰহাট,30এপ্ৰিলঃ নেৰা-নেপেৰা বৰষুণৰ ফলত স্থবিৰ জন-জীৱন। প্ৰখৰ ৰ'দৰ উত্তাপৰ মাজতে মঙলবাৰে দিনৰ ভাগত অহা এজাক বৰষুণে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে যোৰহাটটো স্তৱ্ধ কৰে স্বাভাৱিক জন-জীৱন ৷ পুৱাৰে পৰা অহা মূষলধাৰ বৰষুণৰ ফলত যোৰহাটৰ বাটপথত ব্যাপক যানজঁটৰ সৃষ্টি হয় ৷ লগতে সন্ধিয়াৰ ভাগত জন শূন্য হৈ পৰিল যোৰহাট চহৰ।
যোৰহাটত বৰষুণে ব্যাঘাট জন্মালে স্বাভাৱিক জন-জীৱন