অসম

assam

টীয়কত গুলী চালনাৰ ঘটনাঃ আহত এজন যুৱক

By

Published : Nov 8, 2019, 11:26 AM IST

Updated : Nov 8, 2019, 3:08 PM IST

টীয়কৰ হোলালবাৰী তিনি আলিত নিশা অঘটন ৷ অংকুৰ চাংমাই নামৰ যুৱকৰ বন্ধুকৰ গুলীত আঘাতপ্ৰাপ্ত যুৱক ৷

টীয়কত গুলী চালনা, আঘাত যুৱক

টীয়ক, 8 নৱেম্বৰ

  • টীয়কৰ হোলালবাৰী তিনি আলিত নিশা অঘটন
  • লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত হোলালবাৰী তিনি আলিত এই ঘটনা
  • অংকুৰ চাংমাই নামৰ যুৱকৰ বন্দুকৰ গুলীত আঘাতপ্ৰাপ্ত এজন যুৱক
  • আঘাতপ্ৰাপ্ত যুৱক ভাইটি নায়ক বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন
  • বাওঁভৰিৰ গেৰোৱাত গুলীবিদ্ধ হয় যুৱকজন
  • বৰ্তমান চিকিৎসাধীন ভাইটি নায়ক সংকটমুক্ত বুলি জানিব পৰা গৈছে
  • ঘটনাৰ মূল অভিযুক্ত অংকুৰ চাংমাই বৰ্তমানেও পলাতক
    টীয়কত গুলী চালনা
Last Updated : Nov 8, 2019, 3:08 PM IST

ABOUT THE AUTHOR

...view details