অসম

assam

ETV Bharat / state

যোৰহাট পবিত্ৰ ঈদৰ সমূহীয়া নামাজ

সমগ্ৰ বিশ্বৰ লগতে অসমৰ প্ৰান্তে প্ৰান্তেও সোমবাৰে পালন কৰা হয় পবিত্ৰ ঈদ উজ জোহা ৷

যোৰহাট পবিত্ৰ ঈদৰ সমূহীয়া নামাজ

By

Published : Aug 12, 2019, 10:11 AM IST

যোৰহাট,12 আগষ্টঃ বিশ্বৰ ত্যাগ আৰু ভাতৃত্বৰ বোধৰ উৎসৱ পৱিত্ৰ ঈদ উজ জোহা পালন কৰে যোৰহাট জিলাত । যোৰহাটৰ ঈদ গাহত ইম্মাম মৌলানা ফজৰুল হকে সমূহীয়া নামাজ কৰে । সমূহীয়া নামাজত যোৰহাট চহৰখনৰ প্ৰায় 5 সহস্ৰাধিক ইছলাম ধৰ্মীয় লোকে অংশগ্ৰহণ কৰে ।

যোৰহাট পবিত্ৰ ঈদৰ সমূহীয়া নামাজ

ABOUT THE AUTHOR

...view details