- যোৰহাটৰ সদৰ আৰক্ষীৰ গোচৰত জামিন লাভ অখিল গগৈৰ
- কেছ নম্বৰৰ ৩৪৯৮/১৯ কেছত গোচৰ ৰুজূ কৰিছিল অখিল গগৈসহ কেবাজনৰ বিৰুদ্ধে
- যোৰহাটৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অখিলসহ কেবাজনকো
- গ্ৰেপ্তাৰ হৈছিল মানস কোৱৰ,লক্ষ্যজিৎ গগৈ আৰু দিব্যজ্যোতি শৰ্মা
- যোৱা ১২ ডিচেম্বৰ গ্ৰেপ্তাৰ কৰিছিল এই নেতা কেইজন
- ইতিমধ্যে অখিল গগৈক "নিয়াই তদন্তৰ বাবে নিজৰ জিম্মাত লৈছে
- ভাৰতীয় দণ্ডবিধি ১২০(বি)/১৪৫/১৫১/১৫৩/১৫৩(এ)১৭৭/১৫৮/২৯১/৪৩১ অধীনত ধাৰা জাপি দিছিল
- যোৰহাট এছ ডি জি এম কৰ্টৰ ন্যায়াধীশে জামিন মন্জুৰ কৰিছে নেতা কেইজনৰ
- যোৰহাট উকীল সন্থাই বিনামূলীয়া আইনী সাহায্য প্ৰদান কৰিছিল লোককেইজনক
জামিন পালে অখিল গগৈয়ে
জামিন লাভ অখিল গগৈৰ
16:52 December 26
১২ ডিচেম্বৰত যোৰহাটৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অখিলসহ কেবাজনকো আন্দোলনকাৰী নেতাক
Last Updated : Dec 26, 2019, 5:58 PM IST
TAGGED:
JORHAT AKHIL GOGOI BREAKING