যোৰহাট, 14 আগষ্টঃ ৰাজ্যত কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজতো ঠায়ে ঠায়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত নামি পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ ৷ সমান্তৰালকৈ যোৰহাটতো দুই ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে যোৰাহাট আঞ্চলিক ছাত্ৰ সন্থাই ৷
যোৰহাটত আছুৰ ‘কা’ বিৰোধী প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ
যোৰহাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে যোৰাহাট আঞ্চলিক ছাত্ৰ সন্থাই ৷ যোৰাহাট আঞ্চলিক সমিতিৰ সহযোগত জিলাখনৰ পাঁচখন সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷
যোৰহাটত আছুৰ ‘কা’ বিৰোধী প্ৰতিবাদ
যোৰহাট আঞ্চলিক সমিতিৰ সহযোগত জিলাখনৰ পাঁচখন সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ পাঁচজনকৈ শ্বহীদৰ তেজৰ বিনিময়ত অসমবাসীক জাপি দিয়া জাতিধ্বংসী এই আইনখন বাতিল নকৰা পৰ্যন্ত আন্দোলন চলাই নিয়াৰ হংকাৰ প্ৰদান কৰে সংগঠনটোৰ সদস্যসকলে ৷