ডাঃ দেবেন দত্তৰ বাসগৃহত উপস্থিত IMC-ৰ দল - IMC-ৰ সভাপতি
ঘটনা সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট নকৰিলে দেশজুৰি তীব্ৰ আন্দোলনৰ হুংকাৰ IMC-ৰ সভাপতিৰ ৷
ডাঃ দেবেন দত্তৰ বাসগৃহত উপস্থিত IMC-ৰ দল
টীয়ক, 04 চেপ্তেম্বৰঃ
- টীয়কত গণপ্ৰহাৰৰ বলি হৈ দুৰ্ভাগ্যজনক ভাৱে মত্যু হোৱা ডাঃ দেবেন দত্তৰ বাসগৃহত উপস্থিত ইণ্ডিয়ান মেডিকেল এচচিয়েছনৰ এটি দল
- IMA ৰ সভাপতি ডাঃ শান্তনু সেনৰ নেতৃত্বত অহি উপস্থিত হৈছে উক্ত দলটো
- দলটোৱে পৰিয়ালৰ দুখৰ সমভাগী হোৱাৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰে
- ঘটনা সন্দৰ্ভত ২৪ ঘন্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ স্থিতি স্পষ্ট নকৰিলে দেশজুৰি তীব্ৰ আন্দোলনৰ হুংকাৰ
- তদন্তকাৰী বিষয়া অতিৰিক্ত উপায়ুক্ত শোভন গোৱালাৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ
- ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তৰ জড়িয়তে প্ৰধানমন্ত্ৰী,কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান
Last Updated : Sep 4, 2019, 3:16 PM IST