অসম

assam

By

Published : May 12, 2022, 10:02 PM IST

ETV Bharat / state

যোৰহাটস্থিত NESTত i-Connect শুভাৰম্ভ

৭৫ সংখ্যক আজাদীকা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰৰ সকলো গৱেষণা প্ৰতিষ্ঠানকে এক কৰাৰ উদ্দেশ্যে i-connect কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে । বৃহস্পতিবাৰে যোৰহাটস্থিত NEST ত i-connect শুভাৰম্ভ কৰে কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে(Union Minister Dr Jitendra Singh inaugurated the i-connect at NEST in Jorhat) ।

i-connect-inauguration-at-neist-at-jorhat
যোৰহাটস্থিত NESTত i-Connect শুভাৰম্ভ

যোৰহাট,১২ মে':কেন্দ্ৰ চৰকাৰে ৭৫ সংখ্যক আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)ৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰৰ গৱেষণা প্ৰতিষ্ঠাসমূহক সকলো প্ৰতিষ্ঠানকে এক কৰা উদ্দেশ্য i-connect কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে । বৃহস্পতিবাৰে যোৰহাটস্থিত NEST ত i-connect শুভাৰম্ভ কৰে কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে (Union Minister Dr Jitendra Singh inaugurated i-connect at NEST in Jorhat) ।

যোৰহাটস্থিত NESTত i-Connect শুভাৰম্ভ

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত, NEST ৰ সঞ্চালক প্ৰদান লগতে যোৰহাটৰ ক্ষুদ্ৰ উদ্যোগীক,সচেতন নাগৰিক, নেষ্টৰ কৰ্মচাৰী । জানিব পৰা মতে i-connect ৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰায় ৭৫ তা বৃহৎ উদ্যোগৰ লগত i-connect স্থাপন কৰি কেন্দ্ৰ চৰকাৰৰ যিমান কেইটা গৱেষণা প্ৰতিষ্ঠান আছে সকলোৰে লগত এই পদ্ধতি অৱলম্বন কৰা হব বুলি কেন্দ্ৰীয় মন্ত্ৰীয়ে অৱগত কৰে ।

লগতে কয় যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি এক নতুন ভাৰতবৰ্ষৰ গঢ় দিয়া প্ৰয়াস কৰিছে তাৰে i-connect এটা অংশ স্বৰূপ । নিবনুৱা সকলৰ স্বাৱলম্বী হোৱাৰ এক নতুন যাত্রা বুলিও কয় । i-connectৰ শুভাৰম্ভ কৰা পেক্ষাগৃহৰ চৌহদত থলুৱায় উৎপাদিত সামগ্ৰীৰ বহু কেইখন বিপনি প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে কৰ্মৰ প্ৰতি আকৰ্ষিত কৰ্মই নিজকে স্বাৱলম্বী কৰা লগতে বহু নিবনুৱাক সংস্থাপনৰ পথ সুগম হব বুলি মন্ত্ৰী গৰাকীয়ে কয় ।

লগতে পঢ়ক:পুনৰ বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ অখিল গগৈৰ

ABOUT THE AUTHOR

...view details