অসম

assam

লক্ষাধিক টকাৰ ঋণ লৈ সন্তান সহিতে পলায়ন স্বামী-স্ত্ৰীৰ

স্থানীয় গোটৰ লগতে কেইবাটাও গোটৰ পৰা লক্ষাধিক টকাৰ ঋণ লৈ সন্তান সহিতে পলাল স্বামী-স্ত্ৰী ৷ স্থানীয় গোটসমূহত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷

By

Published : Sep 14, 2019, 3:31 PM IST

Published : Sep 14, 2019, 3:31 PM IST

লক্ষাধিক টকাৰ ঋণ লৈ সন্তান সহিতে পলাল স্বামী-স্ত্ৰী

শিৱসাগৰ, 14 চেপ্তেম্বৰঃ কেইবাটাও ক্ষুদ্ৰ বিত্তীয় কোম্পানীৰ ঋণ পৰিশোধ কৰিব নোৱাৰি তিনি সন্তান সহ পলাতক অৱস্থাত আছে আমগুৰি টিপমীয়া গাঁৱৰ এটা পৰিয়াল ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বন্ধন,ছেটিংছ,আৰোহন,অসমী,এলএনটি,আৰজিবিএন,জনলক্ষ্মী আদি কেইবাটাও ক্ষুদ্ৰ বিত্তীয় কোম্পানীৰ পৰা বহু লক্ষাধিক টকাৰ ঋণ লৈছিল পলাতক ৰুবুল আৰন্ধৰাৰ পত্নী চন্দনা আৰন্ধৰায়ে ৷ এনে পৰিস্থিতিত স্থানীয় গোটৰ মহিলা সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷

লক্ষাধিক টকাৰ ঋণ লৈ সন্তান সহিতে পলাল স্বামী-স্ত্ৰী

ABOUT THE AUTHOR

...view details