যোৰহাট, ২৮ ফেব্ৰুৱাৰী: পৰিসমাপ্তি ঘটিল শতিকাটোৰ কৰুণ ঘটনাৰ । এক প্ৰকাৰৰ যমৰ ঘৰৰ পৰা ঘুৰি আহিছে বহু লোক । ইপিনে যিসকল লোকে দৃষ্টি শক্তি হেৰুৱা নাই সেই সকলৰ ভিতৰত কিছু লোকৰ মাজত কিন্তু দেখা দিছে এক নতুন ৰোগে ।
পৰিসমাপ্তি ঘটিল শতিকাৰ কৰুণ ঘটনাৰ - যোৰহাট
নতুন উপসৰ্গই দেখা দিছে সুৰাৰ ঘটনাত আক্ৰান্ত লোকৰ দেহত
![পৰিসমাপ্তি ঘটিল শতিকাৰ কৰুণ ঘটনাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2570272-611-af0ca268-632b-4352-8382-732e746a107e.jpg)
শতিকাৰ কৰুণ ঘটনাৰ পৰিসমাপ্তি
শতিকাৰ কৰুণ ঘটনাৰ পৰিসমাপ্তি
উল্লেখযোগ্য যে বছৰ বছৰ সুৰা পান কৰাৰ ফলত প্ৰায় সংখ্যক ৰোগীৰ মাজত এতিয়া Hallucination ,Delirium আদিৰ দৰে বিভিন্ন ৰোগৰ উপসৰ্গই দেখা দিছে । যি সকল ৰোগীৰ শৰীৰত এইৰোগে দেখা দিছে সেইসকল ৰোগীৰ হাত ভৰিৰ কপনি,ভ্ৰম বকা আদিৰ অৱস্থাৰ সন্মুখীন হোৱা ৰোগৰ প্ৰতিফলনে মানসিক ৰোগ বিভাগত ভিৰ কৰিছেহি ।