অসম

assam

ETV Bharat / state

যোৰহাটৰ বিশাল মেগা মাৰ্টত বিক্ৰী ম্যাদ উকলা সামগ্ৰী

একাংশ শ্বপিংমলৰ উদ্ভাণ্ডালি ৷ উপভোক্তা আইনক নস্যাৎ কৰি গ্ৰাহকৰ ওপৰত মাধমাৰ ৷

যোৰহাটৰ বিশাল মেগা মাৰ্টত উত্তপ্ত পৰিস্থিতি

By

Published : Jun 16, 2019, 8:48 PM IST

যোৰহাট, 16 জুন : ম্যাদ উকলা সামগ্ৰী বিক্ৰী বিশাল বজাৰত । কেৰীবেগৰ নামত অত্যাধিক মূল্য আদায় ৷ একমাত্ৰ মুনাফা লাভ কথা চিন্তাৰে ৰাজ্য একাংশ শ্বপিংমলত আদায় কেৰীবেগৰ নামত অত্যাধিক মূল্য । একোটা কেৰীবেগৰ নামত আঠ টকাকৈ আদায় দিব লাগে গ্ৰাহকে । নিয়ন্ত্ৰণহীন হৈ পৰা বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানে এনেদৰে গ্ৰাহকক ৰাম ঠগন দি অহাৰ পৰিলক্ষিত হৈছে । দেওবাৰে যোৰহাটৰ বিশাল মেগা মাৰ্টত ম্যাদ উকলা সামগ্ৰী আৰু কেৰীবেগৰ নামত অত্যাধিক মূল্য আদায় লোৱাৰ বাবেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । কেৰীবেগৰ নামত 8 টকা লোৱাৰ ম্যাদ উকলা খাদ্য বিক্ৰী কৰি অহাৰ অভিযোগ গ্ৰাহকৰ ।

যোৰহাটৰ বিশাল মেগা মাৰ্টত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details