তিতাবৰ, 13 জুলাই: বুধবাৰে তিতাবৰত সংঘটিত হ’ল এক অঘটন । কাছজান নৈত(Kasojan River Titabor) গা ধুবলৈ গৈ সন্ধানহীন হ’ল এগৰাকী যুৱতী ৷ তিতাবৰৰ এলেঙীত সংঘটিত হয় এই ঘটনা ।
Girl missing at Titabor: গা ধুবলৈ গৈ সন্ধানহীন তিতাবৰৰ এগৰাকী যুৱতী - Girl missing at Titabor
যোৰহাটৰ তিতাবৰত অঘটন ৷ গা ধুবলৈ গৈ নৈত সন্ধানহীন এগৰাকী যুৱতী ৷
![Girl missing at Titabor: গা ধুবলৈ গৈ সন্ধানহীন তিতাবৰৰ এগৰাকী যুৱতী Kasojan River Titabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-15816137-thumbnail-3x2-sdbs.jpg)
গা ধুবলৈ গৈ সন্ধানহীন তিতাবৰৰ এগৰাকী যুৱতী
গা ধুবলৈ গৈ সন্ধানহীন তিতাবৰৰ এগৰাকী যুৱতী
SDRF বাহিনীয়ে যুৱতীগৰাকীৰ সন্ধানত অভিযান চলায় যদিও বুধবাৰৰ সন্ধিয়ালৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহ’ল ৷ সন্ধানহীন যুৱতীগৰাকী তিতাবৰৰ ৰঞ্জীতা শইকীয়া ওৰফে খোদি (36) বুলি জানিব পৰা গৈছে (Girl missing at Titabor)।
লগতে পঢ়ক:Narayanpur Student Missing: সন্ধানহীন হৈ আছে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ