অসম

assam

ETV Bharat / state

টীয়কত ৰাজপথতেই বাগৰিল ডিজেল পৰিবাহী টেংকাৰ - টীয়কত ৰাজপথতেই বাগৰিল ডিজেল পৰিবাহী টেংকাৰ

ৰাজপথতেই তেল বাগৰি পৰাৰ ফলত যিকোনো মুহূৰ্ততে হ'ব পৰা আসন্ন বিপদত শংকিত হৈ পৰিছে স্থানীয় লোক৷

টীয়কত ৰাজপথতেই বাগৰিল ডিজেল পৰিবাহী টেংকাৰ

By

Published : Jun 12, 2019, 8:46 AM IST

Updated : Jun 12, 2019, 9:40 AM IST

টীয়ক,12জুনঃ

  • টীয়কৰ জগদুৱাৰত ৰাজপথত ডিজেল পৰিবাহী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত
  • টীয়কৰ জগদুৱাৰৰ দলংৰ সমীপত সংঘটিত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা
  • নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ দাঁতিত বাগৰি পৰে ডিগবৈৰ পৰা গোলাঘাট দিশে গৈ থকা AS 03 D 1967 নম্বৰৰ ডিজেল পৰিবাহী টেংকাৰখন
    টীয়কত ৰাজপথতেই বাগৰিল ডিজেল পৰিবাহী টেংকাৰ
  • টেংকাৰ খনৰ পৰা নিৰ্গত হৈ আছে ডিজেল
  • ৰাজপথতেই তেল বাগৰি পৰাৰ ফলত যিকোনো মুহূৰ্ততে হ'ব পৰা আসন্ন বিপদত শংকিত হৈ পৰিছে স্থানীয় লোক
  • ঘটনাস্থলীত ইতিমধ্যেই উপস্থিত হৈছে আৰক্ষী তথা অগ্নিনিৰ্বাপক বাহিনী
Last Updated : Jun 12, 2019, 9:40 AM IST

ABOUT THE AUTHOR

...view details