অসম

assam

ETV Bharat / state

বানৰ ফলত উচন ভোট জলকীয়া খেতি - flood assam 2020

বানৰ তাণ্ডৱৰ বাবে চূৰমাৰ হৈছে ৰাজ্যৰ কৃষকসকলৰ সপোন ৷ টীয়কত বানৰ কবলত পৰি নষ্ট হৈছে বৃহত্তৰ ভূমিত কৰা ভোট জলকীয়াৰ খেতি ৷

Flood effected on cultivation system of teok jorhat assam etv bharat news
বানৰ কবলত উছন ভোট জলকীয়া খেতি

By

Published : Jul 3, 2020, 7:04 PM IST

টীয়ক,3 জুলাই: শেহতীয়াকৈ ৰাজ্য়ত কালৰূপ ধাৰণ কৰা বানে প্ৰতিবাৰে তচনচ কৰে কৃষকৰ সেউজীয়া সপোন ৷ বৃহত্তৰ টীয়কতো বানে তাণ্ডৱ চলাই কাৱৈমাৰী,এজাৰগুৰি,জাঁজীমুখ আদিৰ দৰে অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে ৷ অঞ্চলটোৰ একাংশ যুৱকে কৰা ভোট জলকীয়াৰ খেতিও বুৰাই পেলাই বাঢ়নী পানীয়ে ৷ ফলত ব্যৱসায়িক লাভালাভৰ বাবে কৰা খেতি নষ্ট হোৱাত দিশহাৰা হৈ পৰিছে কৃষকসকল ।

বানৰ কবলত উচন ভোট জলকীয়া খেতি

ভোট জলকীয়া খেতিৰে আত্মনিৰ্ভৰশীল হ’ব খোজা কৃষকসকলে আজিকোপতি চৰকাৰৰ পৰা লাভ কৰা নাই কোনো সাহায্য ৷ সম্প্ৰতি অধিক লোকচানৰ আংশকাত ভোগা কৃষকসকলে উপযুক্ত ক্ষতিপূৰণ বিচাৰি চৰকাৰক আহ্বান জনাইছে ৷

লগতে চাওকঃবানে সংকট নমাইছে ঐতিহ্যমণ্ডিত সৰ্থেবাৰীৰ কাঁহ শিল্পলৈ

ABOUT THE AUTHOR

...view details