যোৰহাট,16 জানুৱাৰীঃ আজিৰে পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে ক’ভিড-19 ভেকচিনৰ প্ৰতিষেধক প্ৰদানৰ কাম ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়তো প্ৰদান কৰা হৈছে টীকাকৰণ ৷
JMCHত ক’ভিড-19 ৰ প্ৰতিষেধক প্ৰথমে গ্ৰহণ কৰিলে জ্যেষ্ঠ চিকিৎসক দীপক শৰ্মাই - ভেকচিন ল'বৰ বাবে আহ্বান
যোৰহাটত প্ৰথমে প্ৰতিষেধক গ্ৰহণ কৰিলে জ্যেষ্ঠ চিকিৎসক দীপক শৰ্মাই ৷ শমাই টীকাকৰণ লৈ আধাঘণ্টাৰ অৱজাৰভেছনৰ পিচত সাংবাদিকৰ আগত অনুভৱ ব্যক্ত কৰি জ্যেষ্ঠ চিকিৎসকজনে সকলোকে ভেকচিন ল'বৰ বাবে আহ্বান জনাই ৷
![JMCHত ক’ভিড-19 ৰ প্ৰতিষেধক প্ৰথমে গ্ৰহণ কৰিলে জ্যেষ্ঠ চিকিৎসক দীপক শৰ্মাই JMCH ত প্ৰথমে ক’ভিড-19 ভেকচিনৰ টীকাকৰণ গ্ৰহণ কৰিলে জ্যেষ্ঠ চিকিৎসক দীপক শৰ্মাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10262084-219-10262084-1610783697509.jpg)
JMCH ত প্ৰথমে ক’ভিড-19 ভেকচিনৰ টীকাকৰণ গ্ৰহণ কৰিলে জ্যেষ্ঠ চিকিৎসক দীপক শৰ্মাই
JMCHত ক’ভিড-19 ৰ প্ৰতিষেধক প্ৰথমে গ্ৰহণ কৰিলে জ্যেষ্ঠ চিকিৎসক দীপক শৰ্মাই
যোৰহাটত প্ৰথমে প্ৰতিষেধক গ্ৰহণ কৰিলে জ্যেষ্ঠ চিকিৎসক দীপক শৰ্মাই ৷ শমাই প্ৰতিষেধক লৈ আধাঘণ্টাৰ অৱজাৰভেছনৰ পিচত সাংবাদিকৰ আগত অনুভৱ ব্যক্ত কৰি জ্যেষ্ঠ চিকিৎসক জনে সকলোকে ভেকচিন ল'বৰ বাবে জনালে আহ্বান ৷