তিতাবৰ, 27 এপ্ৰিল : অৱশেষত মৃত্যুক সাৱটিলে তিতাবৰৰ বালিজানৰ হাতীটোৱে ৷ উন্মাদ হৈ পৰা হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ কিছু দিনৰ পূৰ্বে ট্ৰেংকুইলাইজাৰ প্ৰয়োগ কৰিছিল বন বিভাগে ৷
মৃত্যু হ'ল বালিজানৰ গজৰাজৰ - mad elephant
উন্মাদ হৈ পৰা হাতীটোক নিয়ন্ত্ৰণ কৰিবলৈ কিছু দিনৰ পূৰ্বে ট্ৰেংকুইলাইজাৰ প্ৰয়োগ কৰিছিল বন বিভাগে ৷ কিন্তু শুকুৰবাৰে নিশা মৃত্যুক সাৱটি লয় হাতীটোৱে
মৃত্যু হ'ল বালিজানৰ গজৰাজৰ
কিন্তু শুকুৰবাৰে নিশা মৃত্যুক সাৱটি লয় হাতীটোৱে ৷ স্থানীয় ৰাইজৰ অভিযোগমতে মাউতে সঠিক সময়ত খাদ্যৰ যোগান নধৰা বাবেই মৃত্যু হৈছে হাতীটোৰ ৷ মৰণোত্তৰ পৰীক্ষাৰ পাচতে শনিবাৰে সৎকাৰ কৰা হ'ব হাতীটোৰ ৷