যোৰহাট, ১৩ ফেব্ৰুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
যোৰহাটত বিতৰ্কিত বিধেয়েকৰ বিৰুদ্ধে অঃজাঃযুঃ ছাঃপৰিষদৰ প্ৰতিবাদ - যোৰহাট
প্ৰধানমন্ত্ৰী মোডীৰ পুত্তলিকা দাহ
পুত্তলিকা দাহ
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ ।