যোৰহাট, 30 ছেপ্টেম্বৰ :আহিন,মানেই এটা শাৰদীয় মাহ ৷ কিন্তু এইবাৰ ব্যক্তিক্ৰম এই শাৰদীয় বতৰ ৷ আহিন মানেই যেন সজল ধৰা, সেউজীয়া পথাৰ, কৃষকৰ সপোনৰ পথাৰ, মুক্ত মনে উৰি ফুৰা ঝিঞাৰ জাক, নৈৰ পাৰৰ কঁহুৱা ৷
এইবাৰ ব্যক্তিক্ৰমী শাৰদীয় বতৰ - এইবাৰ ব্যক্তিক্ৰমী শাৰদীয় বতৰ
সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ক’ভিড মহামাৰীয়ে এইবাৰ বহু পৰিবৰ্তন অনা পৰিলক্ষিত হৈছে ৷ খনিকৰ হাতৰ প্ৰতিমাসমূহ প্ৰাণ পাই উঠিছ যদিও খনিকৰ সকলৰ মনত কোনো আনন্দ নাই । উল্লেখযোগ্য যে এইবাৰ জিলা প্ৰশাসনে শাৰদীয় দুৰ্গা পূজাত প্ৰতিমা সমুহৰ উচ্চতা পাচ ফুটতকৈ অধিক কৰিব নোৱাৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে ৷

এইবাৰ ব্যক্তিক্ৰমী শাৰদীয় বতৰ
উল্লেখযোগ্য যে এইবাৰ জিলা প্ৰশাসনে শাৰদীয় দুৰ্গা পূজাত প্ৰতিমা সমুহৰ উচ্চতা পাচ ফুটতকৈ অধিক উচ্চতাত নিৰ্মাণ কৰিব নোৱাৰাৰ নিৰ্দেশনা জাৰি কৰিছে ৷ এতিয়া দুৰ্গা দেৱীৰ প্ৰতিমাত পূৰ্বৰ সেই জাকজমকতাও নোহোৱা হোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক :দুদিন ধৰি চিকিৎসালয়ৰ বাৰাণ্ডাতে পৰি ৰ'ল ক’ভিডত মৃত্যু হোৱা লোকৰ মৃতদেহ