- বৰহোলা আৰক্ষীৰ সফলতা
- আৰক্ষীৰ অভিযানত জব্দ ৫০০ গ্ৰাম ড্ৰাগছ
- আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী ৰঞ্জিত বৰা
- AS03BC8142 নম্বৰৰ পাচলি কঢ়িয়াই নিয়া বাহনত উদ্ধাৰ ড্ৰাগছ খিনি
- গোলাঘাটৰ পৰা যোৰহাটলৈ গৈ থকা অৱস্থাত জব্দ কৰা হয় ড্ৰাগছখিনি
- আৰক্ষী বিষয়া শুভ্ৰজ্যোতি বৰা আৰু ৰক্ষেশ্বৰ দত্তৰ নেতৃত্বত চলিছিল এই অভিযান বৰহোলা আৰক্ষীৰ অভিযানত জব্দ ৫০০ গ্ৰাম ড্ৰাগছ
বৰহোলা আৰক্ষীৰ অভিযানত জব্দ ৫০০ গ্ৰাম ড্ৰাগছ - তিতাবৰ
তিতাবৰ বৰহোলাত আৰক্ষীৰ অভিযানত ৫০০ গ্ৰাম ড্ৰাগছ সহ আটক ৰঞ্জিত বৰা নামৰ ব্যৱসায়ী

বৰহোলা আৰক্ষীৰ অভিযানত জব্দ ৫০০ গ্ৰাম ড্ৰাগছ