যোৰহাট, 5 অক্টোবৰঃ পুনৰ পিছুৱালে টীয়কৰ চিকিৎসক ড. দেৱেন দত্তৰ হত্যাকাণ্ডৰ ৰায়দানৰ তাৰিখ ৷ এজন অভিযুক্তৰ দেহত কৰ'ণা উপস্থিতি ধৰা পৰাৰ পাছতে স্থগিত ৰখা হ'ল ৰায়দান ৷ পূৰ্বতে এজন অভিযুক্তৰ মৰণোত্তৰ পৰীক্ষাৰ তথ্য নোপোৱাৰ ফলত ৫ অক্টোবৰত ৰায়দানৰ দিন ধাৰ্য কৰা হৈছিল ৷ এইবেলি পুনৰ ১২ অক্টোবৰলৈ ধাৰ্য কৰিছে চূড়ান্ত ৰায়দানৰ দিন ৷ উল্লেখ্য যে, 30 ছেপ্টেম্বৰত সংঘটিত হৈছিল দেশ কঁপোৱা এই ঘটনা ৷
পুনৰ পিছুৱালে ড. দেৱেন দত্তৰ হত্যাকাণ্ডৰ ৰায়দান - পুনৰ পিছুৱালে ড. দেৱেন দত্তৰ হত্যাকাণ্ডৰ ৰায়দান
পূৰ্বতে এজন অভিযুক্তৰ মৰণোত্তৰ পৰীক্ষাৰ তথ্য নোপোৱাৰ ফলত ৫ অক্টোবৰত ৰায়দানৰ দিন ধাৰ্য কৰা হৈছিল ৷
Deben dutta murder case