অসম

assam

ETV Bharat / state

যোৰহাট চহৰৰ শ্বপিং মলসমূহ নিৰীক্ষণ জিলা প্ৰশাসনৰ - যোৰহাট জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্তৰ দল

আজি যোৰহাট চহৰৰ শ্বপিং মলসমূহ নিৰীক্ষণ কৰে যোৰহাট জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্তৰ এটা দলে ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শ্বপিং মল সমূহে কেনেধৰণৰ সুৰক্ষা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ওপৰত গুৰুত্ব আৰোপ তেওঁলোকে নিৰীক্ষণ মলসমূহ ৷

মলসমূহ নিৰীক্ষণ জিলা প্ৰশাসনৰ
মলসমূহ নিৰীক্ষণ জিলা প্ৰশাসনৰ

By

Published : Mar 19, 2020, 10:47 PM IST

যোৰহাট, 29 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শ্বপিং মল সমূহে কেনেধৰণৰ সুৰক্ষা মূলক ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যোৰহাট জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্তৰ দলে আজি চহৰখনৰ শ্বপিং মলসমূহ নিৰীক্ষণ কৰে ৷ তেওঁলোকে যোৰহাট চহৰস্থিত সকলোবোৰ শ্বপিং মলত কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা অবলম্বন কৰিছেনে নাই সেই বিষয়ে নিৰীক্ষণ চলায় ৷ প্ৰসাশনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে শ্বপিং মলসমূহৰ ক্ষেত্ৰত ৷

যোৰহাট চহৰৰ শ্বপিং মলসমূহ নিৰীক্ষণ জিলা প্ৰশাসনৰ

ABOUT THE AUTHOR

...view details